Assamese
শ্ৰীমদ ভগৱাদগীত অধ্যায়সমূহ 11 শ্লোকসমূহ 18
বিশ্বরূপদৰ্শনযোগ · শ্লোক ১৮
শ্লোক ১৮
ত্বমক্ষৰং পৰমং বেদিতব্যং
ত্বমস্য বিশ্বস্য পৰং নিধানম্ |
ত্বমব্যয়ঃ শাশ্বতধৰ্মগোপ্তা
সনাতনস্ত্বং পুৰুষো মতো মে ||১১-১৮||
অনুবাদ
আপুনি পৰম অক্ষৰ, জানিবলগীয়া বস্তু, এই বিশ্বৰ পৰম আশ্ৰয়। আপুনি অবিনাশী, শাশ্বত ধৰ্মৰ ৰক্ষক আৰু সনাতন পুৰুষ বুলি মোৰ ধাৰণা।