Assamese
শ্ৰীমদ ভগৱাদগীত অধ্যায়সমূহ 2 শ্লোকসমূহ 47
সাংখ্যযোগ · শ্লোক ৪৭
শ্লোক ৪৭
কর্মণ্যেৱাধিকৰাস্তে মা ফলেষু কদাচন |
মা কর্মফলহেতুর্ভূর্মা তে সঙ্গোঽস্ত্বকর্মণি ||২-৪৭||
অনুবাদ
কৰ্ম কৰাতহে তোমাৰ অধিকাৰ, ফলত কেতিয়াও নহয়। তুমি কৰ্মফলৰ কাৰণ নহ’বা আৰু অকর্মতো আসক্ত নহ’বা।
আই আই টি কানপুৰ গীতা ছুপাৰচাইটত অধিক অনুবাদ আৰু মন্তব্য
[সম্পাদনা কৰক]