Assamese
শ্ৰীমদ ভগৱাদগীত অধ্যায়সমূহ 2 শ্লোকসমূহ 54
সাংখ্যযোগ · শ্লোক ৫৪
শ্লোক ৫৪
অর্জুন উবাচ |
স্থিতপ্রজ্ঞস্য কা ভাষা সমাধিস্তস্য কেশৱ |
স্থিতধীঃ কিং প্রভাষেত কিমাসীত ব্রজেত কিম্ ||২-৫৪||
অনুবাদ
অৰ্জুনে ক’লে -- হে কেশৱ! স্থিতপ্ৰজ্ঞ পুৰুষৰ লক্ষণ কি? তেওঁ কেনেকৈ কথা কয়, কেনেকৈ বহে আৰু কেনেকৈ চলে?