Assamese
শ্ৰীমদ ভগৱাদগীত অধ্যায়সমূহ 10 শ্লোকসমূহ 11
বিভূতিযোগ · শ্লোক ১১
শ্লোক ১১
তেষামেৱানুকম্পাৰ্থমহমজ্ঞানজং তমঃ |
নাশয়াম্যাত্মভাৱস্থো জ্ঞানদীপেন ভাস্বতা ||১০-১১||
অনুবাদ
।।১০.১১।। তেওঁলোকৰ প্ৰতি অনুগ্ৰহ কৰিবলৈ মই তেওঁলোকৰ অন্তৰত অৱস্থান কৰি, জ্ঞানৰ উজ্জ্বল চাকিৰে অজ্ঞানজাত অন্ধকাৰ নাশ কৰোঁ।।