Assamese
শ্ৰীমদ ভগৱাদগীত অধ্যায়সমূহ 13 শ্লোকসমূহ 22
ক্ষেত্র-ক্ষেত্রজ্ঞবিভাগযোগ · শ্লোক ২২
শ্লোক ২২
পুৰুষঃ প্ৰকৃতিস্থো হি ভুঙক্তে প্ৰকৃতিজান্ গুণান্ |
কাৰণং গুণসঙ্গোঽস্য সদসদ্যোনিজন্মসু ||১৩-২২||
অনুবাদ
প্ৰকৃতিস্থ পুৰুষে প্ৰকৃতিজাত গুণসমূহ ভোগ কৰে। গুণৰ সঙ্গই তেওঁৰ সৎ আৰু অসৎ যোনিত জন্মৰ কাৰণ।