Assamese
শ্ৰীমদ ভগৱাদগীত অধ্যায়সমূহ 18 শ্লোকসমূহ 47
মোক্ষসন্ন্যাসযোগ · শ্লোক ৪৭
শ্লোক ৪৭
শ্রেয়ান্স্বধর্মো বিগুণঃ পৰধৰ্মাৎস্বনুষ্ঠিতাৎ |
স্বভাৱনিয়তং কৰ্ম কুৰ্বান্নাপ্নোতি কিল্পিষম্ ||১৮-৪৭||
অনুবাদ
ভালদৰে আচৰণ কৰা পৰধৰ্মতকৈ গুণহীন হ’লেও নিজৰ ধৰ্ম শ্ৰেষ্ঠ। স্বভাৱজাত কৰ্ম কৰি মানুহে পাপত লিপ্ত নহয়।