Assamese
শ্ৰীমদ ভগৱাদগীত অধ্যায়সমূহ 8 শ্লোকসমূহ 14
অক্ষৰব্ৰহ্মযোগ · শ্লোক ১৪
শ্লোক ১৪
অনন্যচেতাঃ সততং যো মাং স্মরতি নিত্যশঃ |
তস্যাহং সুলভঃ পাৰ্থ নিত্যযুক্তস্য যোগিনঃ ||৮-১৪||
অনুবাদ
হে পাৰ্থ! যিজন ব্যক্তিয়ে সদায় অনন্য চিত্তেৰে মোক স্মৰণ কৰে, সেই নিত্যযুক্ত যোগীৰ বাবে মই অতি সুলভ।